অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

স্মাৰ্ট মিটাৰত কোনেও টকা খাব নোৱাৰে : মুখ্যমন্ত্ৰী

স্মাৰ্ট মিটাৰৰ বিদ্যুৎ বিলক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

যোৱা নিশা ১০০জনৰ বিদ্যুৎ বিল কিমান আহিছে নিজেই চাইছো

এইবাৰ ১ হাজাৰ জন ব্যক্তিৰ বিদ্যুৎ বিল পৰীক্ষা কৰিব মুখ্যমন্ত্ৰীয়ে

স্মাৰ্ট মিটাৰত কোনেও টকা খাব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

এপ্ৰিলৰ বিদ্যুৎ বিলৰ সৈতে মে’ মাহৰ বিদ্যুৎ বিল মিলালে নহ’ব

চলিত বৰ্ষৰ মে’ মাহৰ, বিগত বৰ্ষৰ মে’ মাহৰ বিল পৰীক্ষা কৰিব লাগে

যিখন চৰকাৰে অৰুণোদয়ৰ ধন দিছে সেই চৰকাৰে বিল বেছি লোৱাৰ প্ৰশ্ন নাহে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.