অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

জনতা ভৱনত ৰাজ্য চৰকাৰৰ নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠান

ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত এই অনুষ্ঠান... পদক বিজয়ী অসমৰ ক্ৰীড়াবিদক দিয়া হ’ব নিযুক্তি...

জনতা ভৱনত ৰাজ্য চৰকাৰৰ নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠান

ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত এই অনুষ্ঠান

পদক বিজয়ী অসমৰ ক্ৰীড়াবিদক দিয়া হ’ব নিযুক্তি

৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত পদকপ্ৰাপ্ত ক্ৰীড়াবিদক নিযুক্তি

৯ গৰাকী পদকপ্ৰাপ্তই লাভ কৰিব চৰকাৰী নিযুক্তি

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব নিযুক্তি পত্ৰ

এই অনুষ্ঠানতে ২০২৩ বৰ্ষৰ মাউণ্ট কাঞ্চনজংঘা আৰোহণকাৰী দলৰ ৭ জন সদস্যক সম্বৰ্ধনা জনাব চৰকাৰে। অনুষ্ঠানত উপস্থিত ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.