leatest updateঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰি

মহানগৰীৰ অভিজাত বিদ্যালয়ৰ ছাত্ৰৰ উদ্ভণ্ডালি!

স্কুল চৌহদতেই অভিভাৱকক প্ৰহাৰ উদণ্ড ছাত্ৰৰ...

মহানগৰীৰ অভিজাত বিদ্যালয়ত ভয়ংকৰ ঘটনা। গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰৰ উদ্ভণ্ডালি। স্কুল চৌহদৰ ভিতৰেই অভিভাৱক প্ৰহাৰ উদণ্ড ছাত্ৰৰ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অভিভাৱকগৰাকী। একাদশ শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰৰ পিতৃক প্ৰহাৰ।

ৰেগিঙৰ বলি হৈছিল একাদশ শ্ৰেণীৰ ছাত্ৰজন। ৰেগিঙৰ বিৰুদ্ধে অভিযোগ লৈ গৈছিল ছাত্ৰজনৰ পিতৃয়ে। ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতি। অন কেমেৰা বিদ্যালয়ত সাংবাদিকৰে সুৰক্ষা কৰ্মীৰ হতাহতি। বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক প্ৰহাৰ। মহিলা সাংবাদিকো দুৰ্ব্যৱহাৰ বিদ্যালয় কৰ্তৃপক্ষৰ। বিদ্যালয় কৰ্তৃপক্ষৰ ভূমিকাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। ৰেগিং কাণ্ডত জড়িত ছাত্ৰক ৭ দিনৰ বাবে বৰ্খাস্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.