অসমদৈনিক বাতৰি

জাতিপ্ৰেমী পৰাগ কুমাৰ দাসৰ ২৭সংখ্যক মৃত্যু দিৱস

জাতিপ্ৰেমী পৰাগ কুমাৰ দাসৰ ২৭সংখ্যক মৃত্যু দিৱস

জাতিপ্ৰেমী পৰাগ কুমাৰ দাসৰ ২৭সংখ্যক মৃত্যু দিৱস

১৯৯৬ চনৰ ১৭ মে’ত আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল

স্বজাতিৰ অধিকাৰৰ বাবে যুঁজিছিল সাংবাদিক পৰাগ কুমাৰ দাসে

জাতিক বচাবলৈ গৈ আপোচবিৰোধী স্থিতিৰে নিজৰ জীৱন বলিদান দিছিল জাতিপ্ৰেমী পৰাগ কুমাৰ দাসে। আজি শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৭সংখ্যক মৃত্যু বাৰ্ষিকী। নিৰ্ভীক সাংবাদিক তথা অসমীয়া প্ৰতিদিন কাকতৰ প্ৰাক্তন কাৰ্যবাহী সম্পাদক পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ডৰ ২৭ বছৰ সম্পূৰ্ণ হ’ল। ১৯৯৬ চনৰ আজিৰ দিনটোতে মহানগৰীৰ ৰাজপথত সাহসী সাংবাদিকগৰাকীক অতি নৃশংসভাৱে গুলীয়াই হত্যা কৰিছিল আততায়ীয়ে। স্বদেশ আৰু স্বজাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ হকে যুঁজিছিল পৰাগ কুমাৰ দাসে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.