প্ৰযুক্তিভাৰত

আজি ভাৰতে অষ্টমবাৰলৈ পৰীক্ষা কৰিব অগ্নি-৫ মিছাইল

অগ্নি-৫ মিছাইলৰ ক্ষিপ্ৰতা ৫০০০ কিঃমিঃ

আজি ভাৰতে অষ্টমবাৰলৈ পৰীক্ষা কৰিব অগ্নি-৫ মিছাইল। এই মিছাইলটো নিউক্লিয়াৰ ৱাৰহেডলৈ লৈ যাবলৈ সক্ষম হয় আৰু ইয়াৰ ক্ষিপ্ৰতা হৈছে ৫০০০ কিঃমিঃ।

উল্লেখ্য যে অগ্নি মিছাইলটোৰ এয়া ৮তমটো পৰীক্ষা সম্পন্ন হ’ব। ইয়াৰ পূৰ্বৰ সকলো টেষ্ট সফল হৈছে।

মিছাইল টেষ্টৰ খবৰে ইতিমধ্যেই শংকিত কৰি তুলিছে চীনক। কিয়নো এই মিছাইলে সাঙুৰি লয় চীনৰ বহুতো চহৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.