অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিকৰাজস্থান

ৰাজস্থানত বায়ুসেনাৰ MiG-21 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

হনুমান নগৰত দুৰ্ঘটনাত পতিত যুঁজাৰু বিমানখন। ছুৰাটগড়ৰ পৰা উৰা মাৰিছিল বিমানখনে।

ৰাজস্থানত দুৰ্ঘটনাত পতিত MIG 21 বিমান

হনুমানগড়ত ভূপতিত হয় যুঁজাৰু বিমানখন

এটা ঘৰৰ ওপৰত ভূপতিত বিমানখন

ঘৰটোত থকা ৩ জন ব্যক্তিৰ মৃত্যু

বিমানখনত আছিল ২জন পাইলট

এই পৰ্যন্ত জানিব পৰা হোৱা নাই দুৰ্ঘটনাৰ কাৰণ

আৰক্ষীৰ সূত্ৰ অনুসৰি সুৰক্ষিত আছে পাইলটকেইজন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.