অসমগুৱাহাটীদৈনিক বাতৰি

মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত মন্ত্ৰী পীযুষ হাজৰিকাৰ চাডেন ভিজিট

মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত মন্ত্ৰী পীযুষ হাজৰিকাৰ চাডেন ভিজিট

মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত মন্ত্ৰী পীযুষ হাজৰিকাৰ চাডেন ভিজিট

৩টাকৈ নিচামুক্তি কেন্দ্ৰৰ পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰীগৰাকীয়ে

আবাসীৰ থকা-খোৱাৰ সুবিধা-অসুবিধাৰ ল’লে বুজ

দিছপুৰৰ জীৱনদান ৱেলনেচ ফাউণ্ডেচনত চাডেন ভিজিট

চাডেন ভিজিট বেলতলাৰ ৰিডেম্পচন ৱেলফেয়াৰত

খাৰঘূলিৰ ফেইথ ফাউণ্ডেচনতো চাডেন ভিজিট

জোখতকৈ বেছি আবাসী ফেইথ ফাউণ্ডেচনত

প্ৰতিষ্ঠানটোৰ স্বত্ত্বাধিকাৰীক সকীয়নি মন্ত্ৰী হাজৰিকাৰ

দুদিনৰ ভিতৰত চৰকাৰী ব্যৱস্থা লৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ

সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সঞ্চালকক নিৰ্দেশ

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.