leatest updateঅভিনয়অসমগুৱাহাটীবলিউডবোলছবিভাৰতমনোৰঞ্জন

‘মিচেছৰ সৈতে প্ৰথমটো হোলী’! যুগ্মজীৱনৰ প্ৰথমটো হোলিত সিদ্ধাৰ্থ মালহোট্ৰাই শ্বেয়াৰ কৰিলে বিশেষ ফটো

আজি আবিৰৰ ৰঙত বিলীন সকলো

আজি আবিৰৰ ৰঙত বিলীন সকলো। অভিনেতা-অভিনেত্ৰী সকলেও আনন্দেৰে উদযাপন কৰিছে হোলী। শেহতীয়াকৈ বিবাহপাশত আৱদ্ধ হোৱা জনপ্ৰিয় যুঁটি সিদ্ধাৰ্থ আৰু কিয়াৰা আদৱানীয়েও বিবাহৰ পিছত প্ৰথমটো হোলী উদযাপন কৰিছে।

অভিনেতা সিদ্ধাৰ্থ মালহোট্ৰাই পত্নী কিয়াৰাৰ লগত এখন ফটো শ্বেয়াৰ কৰি লিখিছে- মিচেছৰ সৈতে প্ৰথমটো হোলি।অভিনেতাজনৰ পষ্টটোত কমেন্টেৰে উপচাই পেলাইছে অনুৰাগীসকলে।  

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.