অসমগুৱাহাটীদৈনিক বাতৰিসংস্কৃতি

বিশিষ্ট চিন্তাবিদ ইন্দিবৰ দেউৰীৰ দেহাৱসান

দীর্ঘদিন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা চিন্তাবিদগৰাকীৰ বিয়োগে ৰাজ্যৰ বৌদ্ধিক ক্ষেত্ৰখনত শোকৰ ছাঁ পেলাইছে৷

দীর্ঘদিন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা চিন্তাবিদগৰাকীৰ বিয়োগে ৰাজ্যৰ বৌদ্ধিক ক্ষেত্ৰখনত শোকৰ ছাঁ পেলাইছে৷

বিগত ৫ মাৰ্চৰ পৰা GMCHৰ ICUত চিকিৎসাধীন আছিল দেউৰী। বহুদিনৰ পৰা শ্বাস-প্রশ্বাসজনিত কাৰণত হাস্পতালত ভৰ্তি হৈ আছিল ইন্দিবৰ দেউৰী। যুক্তিবাদী লেখক হিচাপে পৰিচিত ইন্দিবৰ দেউৰীয়ে অসমৰ জনগোষ্ঠীয় সমস্যাক লৈ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − two =

Back to top button