অসমউৎসৱজীৱনশৈলীধৰ্মীয়

আজি চাৰি বহাগ! বিশেষ মহত্ব আছে আজিৰ দিনটোৰ…

এই বিহুৰ পঞ্চম দিনটোতে পালন কৰা হয়  নাঙল বিহু৷  কৃষি প্ৰধান বৃহত্তৰ অসমীয়া জাতিটোৰ কৃষি সামগ্ৰী বোৰৰ নামত উৎসৰ্গিত নাঙল বিহু৷

আজি চাৰি বহাগ, এই বিহুৰ পঞ্চম দিনটোতে পালন কৰা হয়  নাঙল বিহু৷  কৃষি প্ৰধান বৃহত্তৰ অসমীয়া জাতিটোৰ কৃষি সামগ্ৰী বোৰৰ নামত উৎসৰ্গিত নাঙল বিহু৷

নাঙল বিহুৰ তাৎপৰ্য হ’ল ব’হাগ বিহুৰ ৰং-ৰহইচৰ অন্তত কৃষক সমাজ পথাৰত নামি  নাঙলৰ ওচৰত চাকি বন্তি জ্বলাই পালন কৰা হয় এই বিহুটি৷ কৃষিজীৱি ৰাইজে কৃষি কৰ্মক ব্যৱহৃত নাঙল, যুৱলি, গামোছা আদি সামগ্ৰী সমুহৰ ওচৰত সেৱা কৰি প্ৰাথনা কৰা দেখা যায়৷ নাঙল ,যুৱলি ,জাপি ,গামোছা আদি সামগ্ৰী সমুহৰ ওচৰত সেৱা কৰি প্ৰাথনা কৰা দেখা যায়৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.