অসমখেল

ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে তিতাবৰৰ ৭ গৰাকী খেলুৱৈয়ে

নতুন দিল্লীৰ আগ্ৰাত অনুষ্ঠিত হোৱা 18th Junior National Jump Rope Championship অংশগ্ৰহণ কৰি আজুৰি আনিবলৈ সক্ষম হৈছে পদক

ৰাজ্যৰ লগতে তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে তিতাবৰ কনচেপ্ট শিক্ষা প্ৰতিষ্ঠানৰ ৭ গৰাকী খেলুৱৈয়ে৷

নতুন দিল্লীৰ আগ্ৰাত অনুষ্ঠিত হোৱা 18th Junior National Jump Rope Championship অংশগ্ৰহণ কৰি আজুৰি আনিবলৈ সক্ষম হৈছে পদক৷

২৫ৰ পৰা ২৭ মাৰ্চলৈকে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা তিতাবৰ কনচেপ্ট শিক্ষা প্ৰতিষ্ঠানৰ ৭ গৰাকী খেলুৱৈয়ে সৰ্বমুঠ ১৩ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে৷।ইয়াৰে ৮ টা সোণ,৩ টা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.