অসমদুৰ্ঘটনা

স্কুললৈ যাওঁতেই অঘটন! ৰে’লৰ খুন্দাত আহত স্কুলীয়া ছাত্ৰী…

আহত ছাত্ৰীগৰাকীক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় GMCHলৈ

বকোৰ বামুনিগাঁৱত অঘটন৷ বিদ্যালয়লৈ যোৱাৰ পথত গুৰুতৰভাৱে আহত এগৰাকী স্কুলীয়া ছাত্ৰী। ৰে’লৰ খুন্দাত গুৰুতৰভাৱে আহত ছাত্ৰীগৰাকীৰ ঘৰ বামুনীগাঁৱৰ ফুলগুৰিত। আহত ছাত্ৰীগৰাকীক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় GMCHলৈ। ছাত্রীগৰাকী বামুনীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.