আন্তঃৰাষ্ট্ৰীয়

সংকটৰ সময়ত দেশবাসীক এৰি পলাল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কি !

ৰাছিয়াৰ সংবাদ মাধ্যমৰ দাবী অনুসৰি জেলেনস্কিয়ে পলাই গৈছে প'লেণ্ডলৈ

বিপদৰ সময়ত দেশবাসীক এৰি প’লেণ্ডলৈ পলাই গ’ল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি। ইউক্ৰেইন এৰি পলালে ভল’ডিমিৰ জেলেনস্কি।

 

বৰ্তমান প’লেণ্ডত আছে ৰাষ্ট্ৰপতিগৰাকী। ৰাছিয়াৰ সংবাদ মাধ্যমৰ দাবী অনুসৰি জেলেনস্কি পলাই গৈছে প’লেণ্ডলৈ। পিছে ৰাছিয়াৰ সংবাদ মাধ্যমে যদিও এই দাবী কৰিছে তথাপি জেলেনস্কিয়ে দেশ এৰি গৈছে নে নাইযোৱা সেই কথা এতিয়াও স্পষ্ট হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.