অপৰাধৰাজস্থান

এযোৰ ৰূপৰ পায়েলৰ বাবে দুয়োখন ভৰি কাটি শেষত হত্যাকাৰীয়ে প্ৰাণে মাৰি থৈ যায় এগৰাকী মহিলাক

নিৰ্বিকাৰ চৰকাৰ

নিষ্ঠুৰ!! এজোৰ সাধাৰণ ৰূপৰ পায়েলৰ বাবেই দুয়োখন ভৰি কাটি হত্যা কৰা হ’ল এগৰাকী মহিলাৰ।

২০ অক্টোবৰত ৰাজস্থানত সংঘটিত হয় এক নিৰ্মম হত্যাকাণ্ড। সাধাৰণ এযোৰ ৰূপৰ পায়েল পাবৰ বাবে হত্যাকাৰীয়ে দুয়োখন ভৰি কাটি পায়েল লৈ শেষত প্ৰাণে মাৰি থৈ যায় এগৰাকী মহিলাক।

হত্যাকাণ্ডৰ তিনিটা দিনৰ পিছতো হত্যাকাৰী সন্দৰ্ভত বৰ্তমানলৈ কোনো তথ্য লাভ কৰা হোৱা নাই

পিছে এনে নিষ্ঠুৰ হত্যাকাণ্ডৰ তিনিটা দিনৰ পিছতো ৰাজস্থান চৰকাৰৰ ফালৰ পৰা কোনো পদক্ষেপ গ্ৰহণ নকৰাত এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে শৰীৰত ১৫ বাৰ আঘাটৰ চিন স্পষ্ট আছিল বুলি কোৱাৰ বিপৰীতে আৰক্ষীয়ে ভাষ্য দিয়ে মৃত মহিলাগৰাকীৰ শৰীৰৰত কেৱল তিনিটাহে আঘাটৰ চিন আছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.