অৰুণাচল প্ৰদেশ

বিদায় জোৱান, মৃত্যুক সাৱটিলে অৰুণাচলত হিমস্খলনত আৱদ্ধ হোৱা সাত ভাৰতীয় সেনা জোৱানে…

৬ ফেব্ৰুৱাৰীত অৰুণাচলৰ কামেং খণ্ডত ১৪,৫০০ ফুট উচ্চতাত টহল দি থকাৰ সময়তে হিমস্খলন হোৱাৰ ফলত আৱদ্ধ হৈ পৰে ৭জন ভাৰতীয় জোৱান

অৱশেষত আহিল সেই দুঃখবৰটো। মৃত্যুক সাৱটিলে ৬ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশত আৱদ্ধ হোৱা ভাৰতীয় সেনা জোৱান।

৬ ফেব্ৰুৱাৰীত অৰুণাচলৰ কামেং খণ্ডত ১৪,৫০০ ফুট উচ্চতাত টহল দি থকাৰ সময়তে হিমস্খলন হোৱাৰ ফলত আৱদ্ধ হৈ পৰে ৭জন ভাৰতীয় জোৱান। সেনা জোৱানকেইজনক উদ্ধাৰৰ বাবে দেওবাৰৰে পৰা অভিযান আৰম্ভ কৰা হৈছিল যদিও অৱশেষত সেনাবাহিনীৰ অভিযান ব্যৰ্থ কৰি জোৱানকেইজনে মৃত্যুক সাৱটি লোৱাৰ কথা ঘোষণা কৰে ভাৰতীয় সেনাই।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি কামেঙত বতৰ অধিক পৰিমাণে বেয়া হোৱাৰ লগতে হিমস্খলন হৈ আছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.