অসমঅসম আৰক্ষী

বিদায় ক্ষণত ঘোঁৰাত উঠিলে অসম আৰক্ষীৰ ৮৭ বেটছৰ IPS বিষয়া এ কে সিনহাই

পেৰেড, কুচকাৱাজেৰে বিদায় দিয়া হ’ল সিনহাক। বিদায় অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত,বিশেষ আৰক্ষী সঞ্চালক জি পি সিংসহ অসম আৰক্ষীৰ বহু শীৰ্ষ বিষয়া।

চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে IPS বিষয়া এ কে সিনহাই। আজি আনুষ্ঠানিকভাৱে বিদায় ল’লে ৮৭ বেটছৰ IPS বিষয়াগৰাকীয়ে।

অসম আৰক্ষীৰ হোমগাৰ্ড আৰু চিভিল ডিফেন্সৰ সঞ্চালক প্ৰধান আছিল সিনহা। বিদায় ক্ষণত এবাৰ ঘোঁৰাটো উঠিলে অসম আৰক্ষীৰ ৮৭ বেটছৰ বিষয়াগৰাকীয়ে।

বিষয়াগৰাকীৰ বিদায় ক্ষণত অসম আৰক্ষীৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। পেৰেড, কুচকাৱাজেৰে বিদায় দিয়া হ’ল সিনহাক। বিদায় অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত,বিশেষ আৰক্ষী সঞ্চালক জি পি সিংসহ অসম আৰক্ষীৰ বহু শীৰ্ষ বিষয়া।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.