অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটী

মহানগৰীত জঘন্য ঘটনা! ৬যুৱক আৰু কিশোৰৰ যৌন আতিশয্যৰ বলি এগৰাকী কিশোৰী

ব্লেকমেইলিঙৰে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণৰ অপচেষ্টা

◼️মহানগৰীৰ বশিষ্ঠৰ পিলিংকাটাত জঘন্য ঘটনা

◼️৬যুৱক আৰু কিশোৰৰ যৌন আতিশয্যৰ বলি এগৰাকী কিশোৰী

◼️ব্লেকমেইলিঙৰে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণৰ অপচেষ্টা

◼️কিশোৰীৰ প্রেমিক নিহালে প্রেমিকাৰ নগ্ন ফটো-ভিডিঅ’ কৰিছিল ভাইৰেল

◼️ভুক্তভোগী কিশোৰীৰ অভিযোগৰ ভিত্তিত গ্রেপ্তাৰ কিশোৰসহ ২যুৱক

◼️প্রেমৰ জালত পেলাই প্রেমিকে আন ৫ সতীৰ্থৰে যৌন নিৰ্যাতনৰ চেষ্টা

◼️আৰক্ষীৰ জালত প্রেমিক নিহাল, অমৰজ্যোতি বৰ্মনসহ আন ৪ কিশোৰ

◼️আৰক্ষীৰ জালত পৰা ৪জন পাটৰকুছি-লতাকাটাৰ আৰু ২ জন পিলিংকাটাৰ

◼️নংপুৰ মহিলা থানাত ৰুজু হৈছে গোচৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − five =

Back to top button