অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

সংযুক্ত মুক্তি বাহিনী আলফাৰ আজি ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস

১৯৭৯ চনৰ আজিৰ দিনটোতে (৭ এপ্ৰিল) জন্ম হৈছিল সহষ্ট্ৰ সংগঠন আলফাৰ।

১৯৭৯ চনৰ আজিৰ দিনটোতে (৭ এপ্ৰিল) জন্ম হৈছিল সহষ্ট্ৰ সংগঠন আলফাৰ। আজি আলোচনাপন্থী আলফাই কেন্দ্ৰীয় ভাবে টিহু নৱ-নিৰ্মান কেন্দ্ৰত পালন কৰে ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই অনুষ্ঠানত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

আলফা নেতা দেৰহাগ্ৰা শৰণীয়াই আতধৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সমূহ বিজু ডেকা আৰু মুকুল পাঠকে নেতৃত্ব দিয়ে। প্ৰতিষ্ঠা দিৱসত অংশ লৈ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু সম্পাদক অনুপ চেতীয়াই কেন্দ্ৰীয় চৰকাৰৰ লগত আলফাৰ শান্তি চুক্তি চূৰান্ত পৰ্যায় পোৱা বুলি উল্লেখ কৰি কেবল স্বাক্ষৰ হ’বলৈ বাকী আছে বুলি জানিব দিয়ে। আলফাৰ শ্বহীদ পৰিয়াল সমূহকো সুবিধা দিব নোৱাৰা বুলি দুখ প্ৰকাশ কৰে আলফাৰ সম্পাদক অনুপ চেতীয়াই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.