অসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতমনোৰঞ্জনশিল্পীসংস্কৃতি

IFFIৰ ইণ্ডিয়ান পেন’ৰমালৈ বাচনি ৩খন অসমীয়া ছবি, নন-ফিছাৰ ফিল্ম শিতানলৈ নিৰ্বাচিত তিনিওখন ছবি

IFFIৰ ইণ্ডিয়ান পেন’ৰমালৈ বাচনি ৩খন অসমীয়া ছবি

নন-ফিছাৰ ফিল্ম শিতানলৈ নিৰ্বাচিত তিনিওখন ছবি

উৎপল বৰপূজাৰীৰ ‘বৰুৱাৰ সংসাৰ’

কেশৰজ্যোতি দাসৰ ‘কথাবৰ’

পাৰ্থ সাৰথি মহন্তৰ ‘লাচিত দা ৱাৰিয়ৰ’ নিৰ্বাচিত

অসমীয়া ভাষাৰ দৃশ্যাংশ থকা ‘লাইফ ইন লুম’ও নিৰ্বাচিত

২০ নৱেম্বৰৰ পৰা গোৱাত অনুষ্ঠিত হ’ব ৫৪সংখ্যক IFFI

২৫খন ফিছাৰ ফিল্ম আৰু ২০খন নন ফিছাৰ ফিল্ম নিৰ্বাচিত

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.