অসমঅসম আৰক্ষীদৈনিক বাতৰি

অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত কাৰ্বি আংলং জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

১০৭টা পৰিয়ালক প্ৰশাসনে জাৰি কৰিছিল উচ্ছেদৰ জাননী

অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত কাৰ্বি আংলং জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। লাহৰিজানৰ ৩ নং ব্লকস্থিত দুদু কলনিত প্ৰশাসনৰ এই উচ্ছেদ অভিযান। পুৱাৰে পৰা জিলা প্ৰশাসন, আৰক্ষী, চি আৰ পি এফ, বন বিভাগৰ দলে আৰম্ভ কৰে উচ্ছেদ অভিযান।

কাৰ্বি আংলং জিলা উপায়ুক্ত, জিলা আৰক্ষী অধ্যক্ষকে প্ৰমুখ্যে কৰি উচ্চস্তৰীয় বিষয়াসকলৰ উপস্থিতিত এই উচ্ছেদ কাৰ্যসূচী।

ইতিমধ্যে লাহৰিজানৰ উক্ত দুদু কলনিত অবৈধভাবে থকা ১০৭টা পৰিয়ালক প্ৰশাসনে জাৰি কৰিছিল উচ্ছেদৰ জাননী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.