অসমদৈনিক বাতৰি

ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ মৃত্যু

চিৰাজ, সৰাপাত, নিমিলা অংক,বিপ্লৱী,মানৱ আৰু দানৱ,তৰামাই,মৰম,ৰাংঢালী,আদালত অকণ আদি ছবিৰ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য

ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ মৃত্যু।

চিৰাজ, সৰাপাত, নিমিলা অংক,বিপ্লৱী,মানৱ আৰু দানৱ,তৰামাই,মৰম,ৰাংঢালী,আদালত অকণ আদি ছবিৰ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য।

ভ্ৰাম্যমাণ থিয়েটাৰ :

১৯৬৩ চনৰ ২ অক্টোবৰত অচ্যুত লহকৰে জন্ম দিয়া প্ৰথমটো ভ্ৰাম্যমাণ থিয়েটাৰ দল ‘নটৰাজ থিয়েটাৰ’ত অভিনয় কৰিছিল আৰু সেই হিচাপে তেওঁ ভ্ৰাম্যমাণৰ প্ৰথমগৰাকী অভিনেত্ৰী তথা নায়িকা। মাহে ২০০০ টকাত চুক্তিবদ্ধ কৰা হৈছিল অনুপমা ভট্টাচাৰ্য্যক।

১১ বছৰ বয়সতে শিৱসাগৰত মঞ্চত নাটকত অভিনয় কৰিছিল।

তাৰ পিছত নটসূৰ্য ফণী শৰ্মা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অনুপমা ভট্টাচাৰ্য্যৰ ঘৰলৈ গৈ অভিভাৱকক অনুৰোধ কৰে তেওঁলোকৰ ‘চিৰাজ’ ছবিখনত অভিনয়ৰ বাবে অনুমতি দিবলৈ। ১৯৪৮ চনত এই ছবিখন মুক্তি লাভ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.