বোলছবিভাৰতস্বাস্থ্য

বৰ্ষীয়ান অভিনেতা দিলীপ কুমাৰ আৰু নাই

বলীউডৰ বাবে এক অপুৰণীয় ক্ষতি

বলীউডৰ বাবে এক অপুৰণীয় ক্ষতি। প্ৰবীণ অভিনেতা দিলীপ কুমাৰ আৰু নাই। ৯৮ বছৰ বয়সত চিৰবিদায় লয় বৰ্ষীয়ান অভিনেতাগৰাকীয়ে।
বলীউডৰ প্ৰবীণ অভিনেতা দিলীপ কুমাৰৰ বুধবাৰে মৃত্যু হয়। তেওঁ দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত সমস্যাৰ ভুগি আছিল। আজি পুৱা ৭.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৯৮ বছৰীয়া অভিনেতাগৰাকীয়ে।
কিছুদিনৰ পৰা স্বাস-প্ৰস্বাস জনিত সমস্যাৰ ভুগি থকা দিলীপ কুমাৰক ২৯ জুনত মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু হয় অভিনেতাগৰাকীৰ।
তেওঁৰ মৃত্যুত কেৱল বলীউডেই নহয়, তেওঁৰ অনুৰাগীসকলো আৱেগিগ হৈ পৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.