অসমজন্তুস্বাস্থ্য

ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক

১৫০ টাৰো অধিক গাহৰি মৃত্যু মুখত‌ পৰিছে এই মাৰাত্মক ফিভাৰৰ বাবে

গাহৰি মাংস খাই ভাল পাই নেকি আপুনি? যদি ভাল পায়, তেতিয়া আপোনাৰ বাবে বেয়া খবৰ। ৰাজ্যত এতিয়া আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক। লক্ষীমপুৰত এতিয়া গাহৰিৰ দেহত ছোৱাইন ফিভাৰে দেখা দিছে। ধলপুৰ, ৰঙতি, শিমলুগুৰিকে ধৰি বহু গাঁৱৰ গাহৰিৰ দেহত ধৰা পৰিছে এই ৰোগ। একেদিনাই ধলপুৰৰ তিনিখন ফাৰ্মত গাহৰি নিধন হৈছে। ১৫০ টাৰো অধিক গাহৰি মৃত্যু মুখত‌ পৰিছে এই মাৰাত্মক ফিভাৰৰ বাবে। এতিয়া শংকিত হৈ পৰিছে জনসাধাৰণ। গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাইছে ৰাইজে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.