Covid-19Socialবিশ্বস্বাস্থ্য

পূৰ্বতকৈ অধিক শক্তিশালী তথা মাৰাত্মক ৰূপত ক’ভিড-১৯ৰ নতুন ভেৰিয়েন্ট- ‘লাম্বদা’

যোৱা ডেৰ বছৰ ধৰি কোভিড-১৯ৰ বিৰুদ্ধে লাভ কৰা অগ্ৰগতিৰ প্ৰতি এক নতুন ভাবুকি

সময় বঢ়াৰ লগে লগে দেখিবলে পোৱা গৈছে ক’ভিড-১৯ৰ এটাৰ পাছত আনটো ভেৰিয়েন্ট। লগতে পূৰ্বতকৈ অধিক শক্তিশালী তথা মাৰাত্মক ৰূপ দেখিবলে পোৱা গৈছে ক’ভিড-১৯ৰ নতুন ভেৰিয়েন্ট।
ডেল্টা আৰু ডেল্টা প্লাছ ভেৰিয়েন্টৰ পাছত এইবাৰ ধৰা পৰিছে কোভিড-১৯ৰ আন এটা মিউটেন্টে। যাৰ নাম হৈছে ‘লাম্বদা’ (Lambda)।
কোভিড-১৯ৰ ‘লাম্বদা’ ভেৰিয়েন্ট ভাৰতত প্ৰথম আৱিস্কৃত ডেল্টাতকৈয়ো মাৰাত্মক। বিশেষজ্ঞসকলৰ মতে ‘লাম্বদা’ ভেৰিয়েন্ট যোৱা ডেৰ বছৰ ধৰি কোভিড-১৯ৰ বিৰুদ্ধে লাভ কৰা অগ্ৰগতিৰ প্ৰতি এক নতুন ভাবুকি। এমাহৰ ভিতৰতে এই ভেৰিয়েন্ট ৩০খন দেশলৈ সংক্ৰমিত হৈছে।
অৱশ্যে ভাৰতত এতিয়ালৈকে লাম্বদা ভেৰিয়েন্টৰ উপস্থিতি ধৰা পৰাৰ কোনো বাতৰি পোৱা হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.