অসমভাৰতৰাজনৈতিক

ৰাহুল গান্ধীৰ টুইটক লৈ ৰাজ্যজুৰি তোলপাৰ

বিভিন্ন স্থানত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰৰুজু

ৰাহুল গান্ধীৰ টুইটক লৈ ৰাজ্যজুৰি তোলপাৰ।

বিভিন্ন স্থানত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰৰুজু।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এটা টুইটত দেশৰ ভৌগলিক এলাকাৰ পৰা উত্তৰ পূৱৰ অস্তিত্বক নস্যাৎ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি বিজেপিৰ কৰ্মী তথা বিধায়ক কৃষ্ণেন্দু পালৰ ব্যক্তিগত সচিব পৃত্থিচে কৰিমগঞ্জ সদৰ থনাত দাখিল কৰে এজাহাৰ।

ৰাহুল গান্ধীয়ে এটা টুইটত কাশ্মীৰৰ পৰা কেৰেলা, গুজৰাটৰ পৰা পশ্চিমবঙ্গ বুলি উল্লেখ কৰি উত্তৰ পূৰ্বাঞ্চলৰ অস্তিত্বক নুই কৰা কাৰ্য দেশৰ অখণ্ডতা আৰু ভৌগোলিক সুৰক্ষাৰ প্ৰতি এক ভাবুকি বুলি উল্লেখ কৰে। যাৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.