Covid-19বিজ্ঞানবিশ্বভাৰতস্বাস্থ্য

এইবাৰ ভয়ানক এন্ট্ৰী ক’ভিডৰ আন এক প্ৰজাতি ‘কাপ্পা’ৰ

ইতিমধ্যে মৃত্যু ঘটিছে এজন লোকৰ

ডেল্টা প্লাছৰ আতংকৰ মাজতে ক’ভিডৰ আন এক প্ৰজাতিয়ে এতিয়া চিন্তিত কৰি তুলিছে দেশৰ চিকিৎসা বিজ্ঞানীসকলক। যাক নাম হৈছে ‘কাপ্পা’।
উত্তৰ প্ৰদেশৰ শেহতীয়াকৈ এজন লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ কাপ্পা প্ৰজাতি। কাপ্পা প্ৰজাতিৰ ক’ভিডত আক্ৰান্ত ৬৬ বছৰীয়া লোকজনৰ ইতিমধ্যে মৃত্যু ঘটিছে।
উত্তৰ প্ৰদেশৰ বিআৰডি মেডিকেল কলেজৰ মাইক্ৰ’বায়’ল’জি বিভাগৰ মুৰব্বী ডাঃ অমৰেশ সিঙে প্ৰকাশ কৰা মতে কোভিডৰ ডেল্টা প্ৰজাতিৰ দৰেই কাপ্পা প্ৰজাতিও অতি মাৰাত্মক।
এটাৰ পাছত আন এটা ক’ভিড-১৯ৰ ভেৰিয়েন্ট বিশ্বত প্ৰৱেশ কৰিবলৈ লৈছে আৰু পূৰ্বতকৈ শক্তিশালী তথা মাৰাত্মক হৈ উঠিছে ভাইৰাছবিধ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.