অসমদিল্লীভাৰতৰাজনৈতিক

দিল্লীৰ ‘কা’ আন্দোলনৰ জ্যেষ্ঠ নেত্ৰী দেৱাংগনা কলিতাৰ অৱশেষত জামিন মঞ্জুৰ

দেৱাংগনাৰ লগতে জামিন মঞ্জুৰ আন দুজন ছাত্ৰ নেতাৰ

দিল্লীৰ ‘কা’ আন্দোলনৰ জ্যেষ্ঠ নেত্ৰী দেৱাংগনা কলিতাৰ অৱশেষত জামিন মঞ্জুৰ৷ কাৰাবন্দী হৈ থকা দেৱাংগনাৰ লগতে জামিন মঞ্জুৰ হয় আন দুজন ছাত্ৰ নেতা নাটাশা নাড়ৱাল, আছিফ ইকবাল তানহাৰ৷

আছিফ ইকবাল তানহা জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ৷ আনহাতে দেৱাংগনা কলিতা, নাটাশা নাড়ৱাল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ শিক্ষৰ্থী৷ দিল্লী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে আটাইকেইগৰাকী কা’ আন্দোলনকাৰীৰ জামিন৷

উল্লেখ্য যে, UAPA আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছিল দেৱাংগনা কলিতাসহ সহযোগী কেইজনক৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 7 =

Back to top button