ইণ্ডোনেছিয়ানবিশ্ব

চলন্ত জাহাজত ভয়ংকৰ অগ্নিকাণ্ড, সন্ধানহীন ১৭ গৰাকী

চলন্ত জাহাজত ভয়ংকৰ অগ্নিকাণ্ড।

ইণ্ডোনেছিয়াৰ মৌলোকা সাগৰত স্থানীয় সময় অনুসৰি পুৱা সাত বজাত K.M KARYA নামৰ যাত্ৰাবাহী জাহাজত হঠাতে সংঘটিত হয় অগ্নিকাণ্ড৷ শতাধিক পৰ্যটক কঢ়িয়াই নিয়া জাহাজ খন জুইৰ লেলিহান শিখাই আগুৰি ধৰে৷ ফলত যাত্ৰী সকলৰ মাজত হুৱাদুৱা লাগে৷ অগ্নিকাণ্ডত মৃত্যু হয় ২৩ যাত্ৰী৷ সন্ধানহীন ১৭ গৰাকী৷

প্ৰাণ ৰক্ষাৰ বাবেই পানীত জাপ দিয়ে বহু লোকে।

প্ৰাথমিক তদন্তত জাহাজৰ ইঞ্জিনৰ পৰা সম্প্ৰসাৰিত জুই মাজসাগৰত ইণ্ডোনেছিয়ান  জাহাজত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিচত নিখোজ হৈ যাত্ৰী সকলৰ সন্ধানত দেশখনৰ ৰাষ্ট্ৰীয় অনুসন্ধান সন্থাই এতিয়া চলাইছে অনুসন্ধান৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.