Assamঅসমগুৱাহাটীদৈনিক বাতৰি

ষষ্ঠ দিনাও অব্যাহত LPG পৰিবহণকাৰীৰ ধৰ্মঘট…..

ষষ্ঠ দিনাও অব্যাহত LPG পৰিবহণকাৰীৰ ধৰ্মঘট

ষষ্ঠ দিনাও অব্যাহত LPG পৰিবহণকাৰীৰ ধৰ্মঘট

উত্তৰ-পূব পেট্ৰ’ LPG পৰিবহণ সংস্থাৰ ধৰ্মঘট

ধৰ্মঘটলৈ পূৰ্ণ সমৰ্থন আগবঢ়ালে আন দুটা সংগঠনে

নৰ্থ ইষ্ট ইণ্ডেন ডিষ্ট্ৰিবিউটৰ এছ’চিয়েছনৰ সমৰ্থন

সমৰ্থন দিলে উত্তৰ-পূব ব্লক মালিক সংস্থায়ো

নিশা গুৱাহাটীৰ হোটেলত ত্ৰিপাক্ষিক বৈঠক

বৈঠকৰ অন্তত ধৰ্মঘটলৈ সমৰ্থন দুয়োটা সংস্থাৰ

ধৰ্মঘটৰ ফলত ৰন্ধন গেছৰ নাটনি শীঘ্ৰেই

বন্ধ হৈ আছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰিবহণ সেৱা

ৰাজ্যৰ আটাইকেইটা বটলিং প্লাণ্টৰ পৰাই পৰিবহণ বন্ধ

পৰিণতিত ৰন্ধন গেছৰ নাটনিৰ আশংকা ঘনীভূত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.