অপৰাধঅসমঅসম আৰক্ষী

অসম-নাগালেণ্ড সীমান্তত পুনৰ জব্দ ড্রাগছ

অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ 

◾ অসম-নাগালেণ্ড সীমান্তত ড্রাগছ বিৰোধী অভিযান

◾ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

◾ লাহৰিজানৰ আৰক্ষীৰ তালাচীত জব্দ ড্ৰাগছখিনি

◾ এখন ট্রাকৰ পৰা জব্দ প্রায় ১ কিলো ৫০০ গ্ৰাম ড্ৰাগছ

◾ ১১০ প্লাষ্টিকৰ চাবোনৰ বাকচত আনিছিল ড্রাগছখিনি

◾ জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্রায় ১০ কোটি

◾ জব্দকৃত ট্রাকখনৰ নম্বৰ NL-01-AA-5840

◾ আটক ট্ৰাকৰ চালক দীপক ছেত্ৰী

◾ ধৃত দীপক ছেত্ৰীৰ ঘৰ মণিপুৰৰ কাংপুই জিলাত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + 3 =

Back to top button