Covid-19ভাৰত

পুণৰ দেশত বৃদ্ধি পাইছে কৰ’ণাৰ ত্ৰাস, কিন্তু তাৰ মাজতে আছে এটা ভাল খবৰ

দেশত কিছু পৰিমাণে হ্ৰাস পাইছে কৰ'ণাৰ সংক্ৰমণ

পুণৰ দেশত বৃদ্ধি পাইছে কৰ’ণাৰ ত্ৰাস, কিন্তু তাৰ মাজতে আছে এটা ভাল খবৰ।

সোমবাৰে দেশত কিছু পৰিমাণে হ্ৰাস পাইছে কৰ’ণাৰ সংক্ৰমণ। যোৱা ২৪ ঘণ্টাত কোভিডৰ গ্ৰাফ আগৰ ২৪ ঘণ্টাতকৈ সামান্য হ্ৰাস পাইছে। সংক্ৰমণৰ হাৰ ১৩.২৯ শতাংশৰ পৰা ১০.৬৪ শতাংশলৈ হ্ৰাস পাইছে।

দেশত বৰ্তমান সক্ৰিয় কোৰোনা ৰোগীৰ সংখ্যা ৮,২১,৪৪৬ জন হৈছে যদিও যোৱা ২৪ ঘণ্টাত ৬৯,৯৫৯ জন ৰোগী কৰোনাৰ পৰা আৰোগ্য হৈছে। দেশখনত বৰ্তমান সুস্থতাৰ হাৰ ৯৬.৩৬ শতাংশ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + five =

Back to top button