Covid-19অসমস্বাস্থ্য

অসম কৃষি বিশ্ববিদ্যালয়ত ৪৪জন শিক্ষাৰ্থী কোভিড পজিটিভ

ৰাজ্যত কোভিড১৯ আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পোৱাৰ মাজতে সোমবাৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত ৪৪টা কভিডৰ নতুন ঘটনা পোহৰলৈ আহিছে

ৰাজ্যত কোভিড১৯ আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পোৱাৰ মাজতে সোমবাৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত ৪৪টা কভিডৰ নতুন ঘটনা পোহৰলৈ আহিছে।

ইয়াৰ পিছতে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দুটা হোষ্টেলক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে।

ইফালে, যোৱা ২৪ ঘণ্টাত সমগ্ৰ অসমত প্ৰায় ৯৮৮ টা কোভিড-১৯ ৰোগী ধৰা পৰিছে, যাৰ ফলত ৰাজ্যখনৰ পজিটিভৰ হাৰ ৬.৪৮% হৈছে, দেওবাৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই এই কথা সদৰী কৰে।

কামৰূপ মেট্ৰ’, যোৰহাট, কাছাৰ আৰু ডিব্ৰুগড় এই জিলাকেইখনত কোভিড-১৯ৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.