অসমবিজ্ঞান

অসমৰ প্ৰথমজন চুম্বকীয় মানৱ

দেহত লাগি ধৰিছে স্টীলৰ চামুচ

চিৰাঙৰ বিজনীত চুম্বকীয় মানুহ। চিৰাং জিলাৰ বিজনীৰ কাৱাটীকাত ওলাল চুম্বকীয় মানুহ।

কাৱাটীকাৰ নিবাসী শিৱশংকৰ অধিকাৰীৰ দেহত লাগি ধৰিছে স্টীলৰ চামুচ।

শিৱশংকৰ অধিকাৰী বিজনী ভেটাগাৱৰ নৱাৰূণ স্কুলৰ বিজ্ঞান শাখাৰ শিক্ষক। শিক্ষকজনৰ মতে এয়া কোনো ভেকচিন লোৱাৰ বাবে নহয় এয়া একাংশ মানুহৰ দেহত এক ধৰণৰ মেগ্নেটিক পাৱাৰ থাকে যাৰ ফলত এনেদৰে স্টীল জাতীয় সামগ্ৰী দেহত লাগি ধৰে।

শিক্ষকজনে প্ৰায় ৭ বছৰৰ আগতেও এই পৰীক্ষা কৰিছে বুলিও সংবাদ মাধ্যমত জনায় ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Check Also
Close
Back to top button