Covid-19অসমস্বাস্থ্য

অসমত উদ্বেগজনকভাৱে বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা

ক’ভিডৰ বাবে সাজু MMCH

◾ অসমত উদ্বেগজনকভাৱে বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা

◾ ক’ভিড পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰে আলোচনা GMCH কৰ্তৃপক্ষৰ

◾ GMCHৰ ক’ভিড বিছনাৰ তথ্য সংগ্ৰহ মুখ্যমন্ত্ৰীৰ

◾ যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু স্বাস্থ্য বিভাগ

◾ সাজু কৰি তোলা হৈছে GMCH, কালপাহাৰ মেডিকেল

◾ সাজু কৰা হৈছে সৰুসজাই ক’ভিড কেয়াৰ চেণ্টাৰ

◾ ক’ভিড ৰোগীৰ বাবে সক্ৰিয় হৈ থাকিব MMCH

◾ ক’ভিডৰ বাবে সাময়িকভাৱে বন্ধ MMCHৰ নিৰ্মাণৰ কাম

◾ ক’ভিডৰ বাবে সাজু MMCHৰ ২০৩খন বিছনা

◾ ক’ভিড ৰোগীৰ বাবে গুৱাহাটীত সাজু ১,৫০৩খন বিছনা

◾ ইয়াৰে ভিতৰত ICU বেড ৩৩৬খন, অক্সিজেন বেড ৩৩৭

◾ সৰুসজাই ক’ভিড কেয়াৰ চেণ্টাৰত বৰ্তমান চিকিৎসাধীন ৩০জন

◾ মাস্ক পিন্ধাৰ আহ্বান GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 20 =

Back to top button