leatest updateঅসমদৈনিক বাতৰি

নগাঁও, লখিমপুৰৰ আৰক্ষী অধীক্ষকক বদলি; লখিমপুৰৰ নতুন SP আনন্দ মিশ্ৰ…

লুনা নেওগৰ তথ্য পোহৰলৈ অহাৰ পিছতেই গা লৰিছে গৃহ বিভাগৰ

ক্ষিপ্ৰ গতিত আগবাঢ়িছে জোনমণিৰ মৃত্যুৰ তদন্ত

নগাঁও, লখিমপুৰৰ আৰক্ষী অধীক্ষকক বদলি

দুয়োখন জিলাৰ একাধিক আৰক্ষী বিষয়াকো বদলি

নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি

লীনা দলেৰ ঠাইত নৱনীত মহন্ত

লীনা দলেক হাইলাকান্দিৰ SP হিচাপে বদলি

লখিমপুৰৰ SP বেদান্ত মাধৱ ৰাজখোৱাকো বদলি

লখিমপুৰৰ নতুন SP আনন্দ মিশ্ৰ

বেদান্ত ৰাজখোৱাক ক্ৰীড়া বিভাগৰ AIGৰ দায়িত্ব

দুয়োখন জিলাৰ সকলো ASPকো বদলি

নিকা তদন্তৰ খাতিৰত বদলি কৰা হৈছে বিষয়াক

নাম সাঙোৰ খোৱা সকলো আৰক্ষীৰ বিৰুদ্ধেও লোৱা হ’ব ব্যৱস্থা

সংবাদমেলত জনালে DGP জি পি সিঙে

এটা স্থানতে ৩ বছৰৰ অধিক কাল থাকিব নোৱাৰিব আৰক্ষী বিষয়া

সকলো জিলাৰ পৰা বিচৰা হৈছে তেনে আৰক্ষী বিষয়াৰ তালিকা

৪৮ ঘণ্টাৰ ভিতৰত তেনে আৰক্ষী বিষয়াক বদলিৰ নিৰ্দেশ

লুনা নেওগৰ তথ্য পোহৰলৈ অহাৰ পিছতেই গা লৰিছে গৃহ বিভাগৰ

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.