অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

‘কংগ্ৰেছত সুৰক্ষিত নহয় নাৰী’: অংকিতা দত্ত

মহিলা-যুৱতীক কি সাহসত কংগ্ৰেছত যোগদান কৰিবলৈ দিব বুলি প্ৰশ্ন অংকিতা দত্তৰ...

কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অংকিতা দত্তৰ

‘কংগ্ৰেছত সুৰক্ষিত নহয় নাৰী’

টুইটাৰত এটাৰ পিছত আন এটা বিস্ফোৰণ অংকিতাৰ

যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ বিৰুদ্ধে অভিযোগ অংকিতাৰ

ৰাষ্ট্ৰীয় সভাপতিৰ লিংগ বৈষম্যৰ অভিযোগ

মহিলা নেত্ৰী হিচাপে আতিশায্যৰ সন্মুখীন হোৱাৰ অভিযোগ

অভিযোগৰ পিছতো কোনো বিহিত ব্যৱস্থা নোলোৱাৰো অভিযোগ

মহিলা-যুৱতীক কি সাহসত কংগ্ৰেছত যোগদান কৰিবলৈ দিব বুলিও প্ৰশ্ন অংকিতা দত্তৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − five =

Back to top button