অসমক্ৰিকেটখেলগুৱাহাটীদৈনিক বাতৰিভাৰত

আপুনি কাৰ সমৰ্থক ধোনিৰ নে পাণ্ডিয়াৰ? আজি IPLৰ বহু প্ৰতিক্ষিত ফাইনেল মেচ … চেন্নাই ছুপাৰ কিংছ বনাম গুজৰাট টাইটানছ

আপুনি কাৰ সমৰ্থক ধোনিৰ নে পাণ্ডিয়াৰ?

আজি IPLৰ বহু প্ৰতিক্ষিত ফাইনেল মেচ

চেন্নাই ছুপাৰ কিংছ বনাম গুজৰাট টাইটানছ

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত এই খেল

সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব ফাইনেল খেল

IPLৰ চেম্পিয়ন দলে লাভ কৰিব ২০ কোটি টকা

ৰানাৰ্ছ আপ দললৈ ১৩ কোটি টকাৰ পুৰস্কাৰ

ইমাজিং প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টলৈ ২০ লাখ টকা

ফাইনেল খেলখনক লৈ উৎকণ্ঠিত ক্ৰিকেটপ্ৰেমী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.