অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

‘কংগ্ৰেছে অসম চুক্তিৰ কথা ক’লে ভূতৰ মুখত ৰামনাম হয়’: অতুল বৰা

অসম চুক্তিক লৈ মন্ত্ৰী অতুল বৰাৰ প্ৰতিক্ৰিয়া... বাংলাদেশৰ পৰা মানুহ অহাৰ বাট মুকলি কৰিছিল কংগ্ৰেছে’....

অসম চুক্তিক লৈ মন্ত্ৰী অতুল বৰাৰ প্ৰতিক্ৰিয়া

কংগ্ৰেছৰ দিনত অসম চুক্তি কিয় ৰূপায়ণ নহ’ল?

‘বাংলাদেশৰ পৰা মানুহ অহাৰ বাট মুকলি কৰিছিল কংগ্ৰেছে’

‘৬নং দফা ৰূপায়ণৰ ক্ষেত্ৰত মন্ত্ৰী পৰিষদৰ বৈঠক চলি আছে’

‘কংগ্ৰেছে অসম চুক্তিৰ কথা ক’লে ভূতৰ মুখত ৰামনাম হয়’

অসম চুক্তিৰ দফা আখৰে আখৰে পালন হোৱাটো বিচাৰিছে মুখ্যমন্ত্ৰীয়ে

‘IMDT আইনৰ দৰে ভুল থাকি গৈছে’

‘কংগ্ৰেছৰ দীঘলীয়া কাৰ্যকালত ভুলবোৰ শুধৰাই যোৱা নহ’ল’

মুক্ৰঙৰ বিষয়টো বিবদমান এলেকালৈ ঠেলিলে অতুল বৰাই

মুক্ৰং অসমৰ বুলি দাবী কৰিব নোৱাৰিলে সীমান্ত মন্ত্ৰীগৰাকীয়ে

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.