Socialআন্তঃৰাষ্ট্ৰীয়খেলজীৱনশৈলীবিশ্বভাৰতমনোৰঞ্জন

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন পি ভি সিন্ধুৰ

টকিঅ'ৰ পৰা ভাৰতলৈ আহিল আন এটা পদক

টকিঅ’ৰ পৰা ভাৰতলৈ আহিল আন এটা পদক।  পি ভি সিন্ধুৱে লাভ কৰিলে  ব্ৰঞ্জপদক।

পোনপটীয়া খেলত হে বিং জিয়াওক পৰাস্ত কৰি টকিঅ’ গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰে পি ভি সিন্ধুৱে। মহিলাৰ একক ব্ৰঞ্জপদকৰ মেচত চীনৰ হি বিং জিয়াওৰ বিৰুদ্ধে প্ৰথমখন খেলত ২১-১৩ ব্যৱধানত জয়লাভ কৰি ১-০ ৰ অগ্ৰগতিত জয়লাভ সিন্ধুৰ।

সিন্ধুয়ে শনিবাৰে ১৮-২১, ১২-২১ ব্যৱৱচ্ছেদত পৰাজিত হোৱা ছেমি ফাইনেল খেলখনত চীনা টাইপেইৰ বিশ্বৰ এক নম্বৰ টাই জুৰ বিৰুদ্ধে অৱতীৰ্ণ হয়।

এচ ইণ্ডিয়ান শ্বাটলাৰে দুটা ব্যক্তিগত অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা হোৱাৰ সুযোগ লাভ কৰিছে সিন্ধুয়ে।

অলিম্পিকত দুটা ব্যক্তিগত পদক জয় কৰা একমাত্ৰ ভাৰতীয় হৈছে মল্লযোদ্ধা সুশীল কুমাৰ। তেওঁ ২০০৮ চনত বেইজিংত অনুষ্ঠিত হোৱা গেমছত ব্ৰঞ্জৰ পদক জিকিছিল আৰু লণ্ডন গেমছত এখোজ আগুৱাই গৈ ৰূপৰ পদক জিকিছিল আৰু অলিম্পিক পদক বিজয়ী হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.