Socialঅভিনয়জীৱনশৈলীবোলছবিভাৰতমনোৰঞ্জন

অলিম্পিক পদক বিজয়ী মীৰাবাঈ চানুৰ জীৱনৰ ওপৰত নিৰ্মাণ হ’ব ছবি

শীঘ্ৰেই নিৰ্মাণ কৰা হ’ব মীৰাবাঈ চানুৰ জীৱনৰ ওপৰত আধাৰিত মণিপুৰী চলচ্চিত্ৰ

অলিম্পিক পদক বিজয়ী মীৰাবাঈ চানুৰ জীৱনৰ ওপৰত নিৰ্মাণ হ’ব ছবি।

অলিম্পিক পদক বিজয়ী চাইখোম মীৰাবাঈ চানুৰ জীৱনৰ ওপৰত আধাৰিত এখন মণিপুৰী চলচ্চিত্ৰ শীঘ্ৰেই নিৰ্মাণ কৰা হ’ব।

শনিবাৰে চানুৰ পক্ষ আৰু ইম্ফলস্থিত চেউতি ফিল্মছ প্ৰডাকচনৰ মাজত ইম্ফল পূব জিলাৰ নংপোক কাকচিং গাঁৱত থকা তেওঁৰ বাসগৃহত এই সন্দৰ্ভত এক চুক্তি স্বাক্ষৰিত হয়।

প্ৰখ্যাত নাট্যকাৰ আৰু প্ৰযোজনা প্ৰতিষ্ঠানটোৰ অধ্যক্ষ মানাওবি এম এম-এ এই কথা জনায়।

চলচ্চিত্ৰখন ইংৰাজী আৰু বিভিন্ন ভাৰতীয় ভাষাত ডাব কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 1 =

Back to top button