Social

বিশ্বৰ শ্ৰেষ্ঠ খাদ্যৰ তালিকাত পঞ্চম স্থানত ভাৰত! কোন দেশে পালে প্ৰথম স্থান?

দৰ্শকৰ ভোটৰ ওপৰত ভিত্তি কৰি এই ৰেংকিং কৰা হয়। এই ৰেটিঙত ভাৰতে ৪.৫৪ পইণ্ট লাভ কৰি পঞ্চম স্থানত আছে

টেষ্ট এটলাছৰ তথ্য অনুসৰি ২০২২ চনৰ শ্ৰেষ্ঠ খাদ্যৰ তালিকাত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান পঞ্চম। দৰ্শকৰ ভোটৰ ওপৰত ভিত্তি কৰি এই ৰেংকিং কৰা হয়। আৰু এই ৰেটিঙত ভাৰতে ৪.৫৪ পইণ্ট লাভ কৰি পঞ্চম স্থানত আছে।

উল্লেখ্য যে ৫০খন দেশক লৈ এই তালিকাখন প্ৰস্তুত কৰা হৈছিল। ইটালীৰ খাদ্যই লাভ কৰিছে প্ৰথম স্থান । দ্বিতীয় স্থানত আছে গ্ৰীচ, তৃতীয় স্থানত স্পেইন আৰু চতুৰ্থ স্থানত আছে জাপান। ভাৰতীয় খাদ্যই বিশ্বৰ ভিতৰতে শীৰ্ষ ৫-ত স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ভাৰতীয় লোকসকল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.