leatest updateঅসমদিল্লীভাৰত

যমুনাৰ বাঢ়নী পানীত ডুব গৈছে ঐতিহাসিক লালকিল্লা। ২০৮.৪৮ মিটাৰলৈ বৃদ্ধি যমুনা নৈৰ জলপৃষ্ঠ।

বিপদ সীমাৰ ৩ মিটাৰ ওপৰেৰে বৈছে যমুনা নৈ। বানত প্লাৱিত দিল্লীৰ বিস্তীৰ্ণ অঞ্চল।

দিল্লীত অতি জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। যমুনাৰ জলস্তৰে ভংগ কৰিলে সৰ্বকালৰ অভিলেখ। বাঢ়নী পানীত ডুবিল দেশৰ ৰাজধানী। বিপদ সীমাৰ ৩ মিটাৰ ওপৰেৰে বৈছে যমুনা নৈ। বানত প্লাৱিত দিল্লীৰ বিস্তীৰ্ণ অঞ্চল।

অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন দিল্লীবাসী। ২০৮.৪৮ মিটাৰলৈ বৃদ্ধি যমুনা নৈৰ জলপৃষ্ঠ। ১৬ জুলাই পৰ্যন্ত বন্ধ ঘোষণা শিক্ষানুষ্ঠান। যমুনাৰ বাঢ়নী পানীত ডুব গৈছে ঐতিহাসিক লালকিল্লা। ৰিং ৰোড, ITOকে ধৰি কেইবাটাও ৰাজপথ পানীৰ তলত। কেইবাটাও অঞ্চলত ১৪৪ ধাৰা জাৰি প্ৰশাসনৰ। অনাহকত ঘৰৰ পৰা নোলাৱলৈ আহ্বান মুখ্যমন্ত্ৰী কেজৰিৱালৰ।

উদ্ধাৰকাৰী দলৰ দ্বাৰা নিৰাপদ স্থানলৈ স্থানান্তৰ বন্যাৰ্তক। আশ্ৰয় শিবিৰত ২০ হাজাৰতকৈ অধিক লোকৰ আশ্ৰয়। জলমগ্ন পৰিৱেশত চলাচলত ব্যাঘাত মেট্ৰ’ ৰে’ল ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.