Assamleatest updatenationalnatural disasterSocial

ষষ্ঠমটো দিন অতিক্ৰম কৰিলে উত্তৰাখণ্ডৰ সুৰংগ দুৰ্ঘটনাই

আবদ্ধ শ্ৰমিকসকলক পাইপেৰে যোগান ধৰা হৈছে খাদ্য, পানী, অক্সিজেন

উত্তৰাখণ্ডৰ সুৰংগ দুৰ্ঘটনাৰ আজি ষষ্ঠম দিন

৬ দিন ধৰি সুৰংগত আবদ্ধ ৪০জনকৈ শ্ৰমিক

নিৰ্মাণাধীন সুৰংগত ভূমিস্খলন হৈ মাজতে আবদ্ধ শ্ৰমিক

উদ্ধাৰৰ সকলো প্ৰচেষ্টা বিফল হোৱাত অনা হৈছে অত্যাধুনিক মেচিন

সেনাৰ বিমানেৰে আমেৰিকান ড্ৰিলিং মেচিন অনা হৈছে

বৃহস্পতিবাৰে ড্ৰিলিং মেচিনেৰে খনন চলোৱা হয় যদিও বাধাগ্ৰস্ত হৈছে খনন

খহনীয়াৰ বোকাৰ মাজত আবদ্ধ মেচিনৰ বাবে বাধাগ্ৰস্ত হৈছে খনন

কালিৰ দিনটোত ২৪ মিটাৰলৈ পাইৰ বহুৱা হয় যদিও বাধাগ্ৰস্ত হয় খনন

সুৰংগটোত অব্যাহত আছে বোকাময় মাটিৰ খহনীয়া

বোকাময় মাটিৰে ক্ৰমাৎ ভৰি গৈ আছে সুৰংগ

আবদ্ধ শ্ৰমিকসকলক পাইপেৰে যোগান ধৰা হৈছে খাদ্য, পানী, অক্সিজেন

আবদ্ধ শ্ৰমিকৰ মোবাইল ফোনৰ বেটাৰী ডিচাৰ্জ হোৱাত বাধাগ্ৰস্ত যোগাযোগ

শ্ৰমিকৰ সৈতে থকা ৱাকি–টকিৰে চলিছে যোগসূত্ৰ

গভীৰ অনিশ্চয়তাৰ মাজত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.