CrimeInternationalআন্তঃৰাষ্ট্ৰীয়আমেৰিকাদৈনিক বাতৰিবিশ্ব

আমেৰিকাৰ মাইনে প্ৰদেশৰ লুইষ্টনত গণহত্যা, বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত ২২

আমেৰিকাৰ মাইনে প্ৰদেশৰ লুইষ্টনত গণহত্যা

আমেৰিকাৰ মাইনে প্ৰদেশৰ লুইষ্টনত গণহত্যা

বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত ২২

৬০জনতকৈও অধিক লোক আহত এই বৰ্বৰ কাণ্ডত

কেইবাজনৰো অৱস্থা সংকটজনক

মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

ৰবাৰ্ট কাৰ্ড নামৰ এজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

বুধবাৰে নিশা অতৰ্কিত আক্ৰমণ চলালে বন্দুকধাৰীয়ে

উচ্চ ক্ষমতাসম্পন্ন AR-15 সদৃশ ৰাইফলেৰে গুলীবৰ্ষণ

বাউলিং খেলৰ স্থান, বাৰ, ৱালমাৰ্টৰ চেণ্টাৰত আক্ৰমণ

এইপৰ্যন্ত এজন লোকক গ্ৰেপ্তাৰ লুইষ্টন আৰক্ষীৰ

ঘটনাৰ আকস্মিকতাত হতভম্ব প্ৰশাসন, নাগৰিক

দোকান-পোহাৰ তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ

নাগৰিকক ঘৰৰ বাহিৰলৈ অহাত বাধা প্ৰশাসনৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.