Assamassam policeCity newsCMO AssamInternationalleatest updatenationalPMo indiapoliticalঅসমঅসম আৰক্ষীগুৱাহাটীভাৰতৰাজনৈতিক

সৰুসজাইত অসম পুলিচৰ ৯০০ শ্বহীদক স্মৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ….

সৰুসজাইত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ভাষণৰ আৰম্ভণিতে মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱলৈ সেৱা

অসম পুলিচৰ ৯০০ শ্বহীদক স্মৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বৰ পঞ্চম স্থানত ভাৰত

ৰাম মন্দিৰ প্ৰসংগতো মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ

এয়া দেশৰ বাবে শুভলক্ষণ

উত্তৰ-পূবত সৃষ্টি হৈছে শান্তিৰ বাতাবৰণ

‘বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ কৱলত পৰি আহিছে অসম’

‘অনুপ্ৰৱেশকাৰীৰ সমস্যাৰে মোকাবিলা কৰিব পাৰিব কামাণ্ডোসকল’

ভাষণত কংগ্ৰেছক সমালোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

কংগ্ৰেছৰ দিনত চাকৰিৰ বাবে লাগিছিল পইছা

এটকাও নোলোৱাকৈ চাকৰি দিছে বিজেপি চৰকাৰে

বিজেপি চৰকাৰৰ দিনত ১ টকাৰো লেনদেন হোৱা নাই

ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক সমালোচনা অমিত শ্বাহৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.