শ্ৰেণীবিহীন

“আমি হাৰ নামানো”-ইউক্ৰেইন

ইউক্ৰেইনৰ ফালৰ পৰা ৰাছিয়াত আক্ৰমণ চলোৱা হৈছে- ৰাছিয়ান সেনাৰ দাবী, তেওঁলোকে ইউক্ৰেইনৰ সৈন্য আৰু বিমানঘাটি উৰুৱাই দিছে। আনহাতে, ইউক্ৰেইনেও কৈছে তেওঁলোকে হাৰ নামানে।

ইউক্ৰেইনৰ ফালৰ পৰা ৰাছিয়াত আক্ৰমণ চলোৱা হৈছে- ৰাছিয়ান সেনাৰ দাবী, তেওঁলোকে ইউক্ৰেইনৰ সৈন্য আৰু বিমানঘাটি উৰুৱাই দিছে। আনহাতে, ইউক্ৰেইনেও কৈছে তেওঁলোকে হাৰ নামানে।

তাৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্রপতি ভলোডিমিৰ জেলেনস্কীয়ে কয় যে ইউক্ৰেইনৰ চৰকাৰে শান্তি বিচাৰে। কিন্তু যদি ইউক্ৰেইনৰ স্বাধীনতা কাঢ়ি নিয়াৰ চেষ্টা চলে তেন্তে নিজকে ৰক্ষা কৰিবৰ বাবে ইউক্ৰেইনে আক্ৰমণ কৰিব।

ইউক্ৰেইনত মিলিটেৰী একশ্যনক লৈ ৰুছী সেনাৰ মন্তব্য কৰে যে, সোৱা হৈছে যে ইউক্ৰেইনে এয়াৰ বেছ, মিলিটেৰী বেছ আৰু জনবহুল অঞ্চলক লক্ষ্য কৰি লৈছে।

উল্লেখযোগ্য য়ে, ইয়াৰ পূৰ্বে ইউক্ৰেইনৰ কেইবাস্থানতো বিস্ফোৰণ হোৱাৰ খবৰ আহিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 1 =

Back to top button