অসমআঞ্চলিকপৰ্যটনবন্যপ্ৰাণী

প্ৰতি মঙলবাৰে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান।

অহা দহ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত

অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত একমাত্ৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যান হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। যি অসমৰ বাক্সা জিলাত অৱস্থিত। এতিয়াৰে পৰা সপ্তাহৰ প্ৰতি মঙলবাৰে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন আৰু ব্যাঘ্ৰ সংৰক্ষণৰ সকলো Eco Tourism কাৰ্যকলাপৰ বাবে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। অহা দহ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত।

প্ৰতি মঙলবাৰে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান।

উল্লেখ্য যে, বাহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ অভিনৱ বৰুৱাই ৪এপ্ৰিলত অনুষ্ঠিত হোৱা এক সংবাদমেল যোগে এই কথা সদৰি কৰে। অসম বন বিভাগে তেওঁলোকৰ অফিচিয়েল টুইটাৰ যোগেও এই সন্দৰ্ভত জাননী দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button