Assamleatest update

ৰাজ্যত পুনৰ নতুনকৈ স্থাপন হ’ব ১৮খন টোলগে’ট।

ৰাজ্যত টোলগে’টৰ সংখ্যা বৃদ্ধি পাব ২৭খনলৈ।

সৰ্বসাধাৰণ জনতাৰ পিঠিত মাধমাৰ সোধাই ৰাজ্যত আকৌ নতুনকৈ স্থাপন হ’ব ১৮খন টোলগে’ট। ইয়াৰ লগে লগে ৰাজ্যত টোলগে’টৰ সংখ্যা বৃদ্ধি পাব ২৭খনলৈ। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰ্যালয়ে ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে নতুন টোলগে’টসমূহৰ।

এই টোলগে’টক লৈ ইতিমধ্যে ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। বিভিন্ন দল-সংগঠনে টোলগে’টবিৰোধী প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও গুৰুত্বহীন আচৰণ কেন্দ্ৰীয় চৰকাৰৰ। যোৱা বিত্তীয় বৰ্ষত ৰাজ্যত টোলগে’টৰ পৰা সংগ্ৰহ কৰা হয় ৪৫৬ কোটি ৯০ লাখ টকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.