অসমউৎসৱগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতমনোৰঞ্জনৰাজনৈতিক

বিশ্ব ৰেকৰ্ড গঢ়িবলৈ মাথো কেইটামান ঘণ্টা। সৰুসজাইত বিহু চাবলৈ সাজু নে আপোনালোক?

সৰুসজাইত আজিয়ে হ’ব মেগা বিহু নৃত্য প্ৰদৰ্শন। 

আজি বিহুৱে গঢ়িব বিশ্ব অভিলেখ

সৰুসজাইত আজিয়ে হ’ব মেগা বিহু নৃত্য প্ৰদৰ্শন।

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভূক্ত হ’ব বিহু

১১ হাজাৰ ঢুলীয়া-নাচনীয়ে বিশ্বৰ বুকুলৈ নিব বিহুক।

বিয়লি ৫ বজাৰ পৰা সৰুসজাইত বিহুৰ বৃহৎ অনুষ্ঠান

অভিলেখৰ কাৰ্যসূচীৰ বাবে উখল-মাখল সৰুসজাই।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.