অসমগুৱাহাটীদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকভাৰত

আজি বিজয়া দশমী, আজি অন্ত পৰিব ৫ দিনজোৰা দুৰ্গোৎসৱৰ

আজি বিজয়া দশমী

আজি অন্ত পৰিব দুৰ্গা পূজাৰ উলহ-মালহ

বেলবোধনেৰে বেদীত স্থাপিত মাক আজি বিদায়

আজি দেশজুৰি পালিত হ’ব ‘দশেৰা’ উৎসৱ

ৰামচৰিতমানসৰ মতে আজিয়েই নিধন হৈছিল ৰাৱণৰ

আজি দেশজুৰি দাহন কৰা হ’ব লংকেশ্বৰৰ পুত্তলিকা

সনাতনী হিন্দু সংস্কৃতিৰ অতি পৱিত্ৰ উৎসৱ এই ‘দশেৰা’

মা দুৰ্গাক বিদায় জনাবলৈ পুৱাৰে পৰা প্ৰস্তুতি পূজা মণ্ডপসমূহত

মহানগৰীৰ লগতে ভিন্ন প্ৰান্তত সাজু প্ৰশাসন

দেৱী মাৰ বিসৰ্জন পৰ্ব সুকলমে পাৰ কৰাৰ প্ৰস্তুতি প্ৰশাসনৰ

একাধিক নিৰ্দেশনা জাৰি ৰাজ্য তথা জিলা প্ৰশাসনসমূহৰ

মহানগৰীৰ কাছমাৰীঘাত এলেকাক লৈ ট্ৰেফিকৰ নিয়ন্ত্ৰণ

দিনৰ ১২ বজাৰ পৰা প্ৰজোয্য হ’ব এই নিয়ন্ত্ৰণ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.